GK Quiz on First in Assam First Assamese | Assam TET GK Questions and Answers

Assam History GK in Assamese,  Language for APSC, TET, PNRD, DHS, Assam Police, Irrigation Exams

Hello, aspirants are you preparing for APSC, Assam TET or any other Assam Govt Exams? If yes, then you must be aware of the most important Assam GK quiz for the upcoming competitive exam preparation. Therefore every aspirants need to know the latest Assam GK in Assamese Language for APSC, TET, PNRD, DHS, Assam Police, Irrigation exams. In this regard "Assam GK Gyan" decides to provide you the most important GK Quiz on First in Assam First Assamese for the upcoming exams. Infact the Assam GK & quiz 2021 questions and answers will be a key topic in the GK section for the upcoming Assam TET & APSC Prelims exam. So the Assam GK in Assamese Language will be a pedestrian to crack your exam.

GK Quiz on First in Assam First Assamese | Assam TET GK Questions and Answers

Assam GK Quiz 2021

Assam GK and Current Affairs for Assam TET

In this article we have provided you latest Assam GK and Current Affairs for Assam TET. So, read all these important Assam TET GK Questions and Answers for the upcoming exams as well as other Assam govt exams. These Assam GK Quiz 2021 are extremely important and should be a part of your preparation.

Assam History GK Questions and Answers

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the Assam History GK Questions and Answers. Specially the toppers recommend that aspirant start their preparation with the Assam History questions and answers for the upcoming any competitive exams.

Assam TET GK Questions and Answers

There are mainly two very important Assam GK Quiz Assam TET exam 2021. They are :

1. অসম সাহিত্য সভাৰ সভানেত্ৰী পদত অধিষ্ঠিত, পদ্মশ্ৰী উপাধি লাভ কৰা প্ৰথম মহিলা গৰাকীৰ নাম কি ?

উত্তৰ : নলিনী বালা দেৱী

2. কোনখন গ্ৰন্থৰ বাবে নলিনী বালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?

‘উত্তৰ : অলকানন্দা

GK Quiz on First in Assam First Assamese

Here are the 40 GK Quiz on First in Assam First Assamese for your upcoming Assam TET, APSC Prelims exams. Read all these most important First in Assam First Assamese gk quiz in order to answer the questions :

1. অসমৰ প্ৰথম ৰাজ্যপালৰ নাম কি আছিল?

উত্তৰ : ছাৰ চালেহ মহম্মদ আকবৰ হায়দৰী।

2. অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল?

উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা।

3. অসমৰ প্ৰথম কথাছবিৰ নাম কি?

উত্তৰ : জয়মতী।

4. অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতৰ নাম কি?

উত্তৰ : টাইমচ্‌ অৱ অসম।

5. সাহিত্য একাডেমিৰ বঁটা পোৱা প্ৰথম অসমীয়া গ্ৰন্থ খনৰ নাম কি?

উত্তৰ : বনফুল।

6. অসমত প্ৰথম চিনেমা ষ্টুডিঅ’ ক’ত আৰু তাৰ নাম কি?

উত্তৰ : গুৱাহাটীৰ কাহিলীপাৰাত, নাম জ্যোতি চিত্ৰবন।

7. অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত দাস।

8. অসমত প্ৰথম তৰাগৃহ (প্লেনেটৰিয়াম) ক’ত আছে?

উত্তৰ : গুৱাহাটী হাই ক’ৰ্টৰ ওচৰত।

9. অসমীয়া বিহু নৃত্যুক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল?

উত্তৰ : ৰাধা গোবিন্দ বৰুৱা।

10. অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক’ত হৈছিল?

উত্তৰ : গুৱাহাটীৰ কটন কলেজত (১৯৬৫ চনত)।

11. গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি?

উত্তৰ : কেলভিন।

12. প্ৰাপ্তবসস্কৰ বাবে অসমীয়া প্ৰথম চিনেমা খনৰ নাম কি?

উত্তৰ : মৰীচিকা।

* Must Read : Assam Sahitya Sabha Presidents and Conference Year 

13. অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল?

উত্তৰ : আনন্দৰাম বৰুৱা।

14. অসমীয়া প্ৰথম ৰাজ্যপাল কোন আছিল?

উত্তৰ : বিষ্ণুৰাম মেধি।

15. অসমৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক কোন আছিল?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

16. অসমৰ প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল?

উত্তৰ : সুৰেন্দ্ৰনাথ বুঢ়াগোহাঞি।

17. অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট কোন আছিল?

উত্তৰ : সুধালতা দাস।

18. অসমৰ পৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন হৈছিল?

উত্তৰ : ফকৰুদ্দিন আলী আহমেদ।

19. অসমৰ প্ৰথম মহিলা আই এ এছ কোন?

উত্তৰ : পাৰুল দাস।

20. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য কোন আছিল?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ।

21. অসমৰ সহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?

উত্তৰ : নলিনীবালা দেৱী।

22. অসমৰ কোন জন ব্যক্তিয়ে প্ৰথম লণ্ডন বিশ্ববিদ্যালয়ত ডি লিৰ্ট উপাধি লাভ কৰে?

উত্তৰ : ড° সূৰ্যকুমাৰ ভূঞা।

23. অসমীয়াত প্ৰথম ৰঙীণ কথাছবি খনৰ নাম কি?

উত্তৰ : ভাইটি।

24. অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?

উত্তৰ : ‘ল’ৰা বন্ধু’ (১৮৮৮), সম্পাদক – কৰুনাভিৰাম বৰুৱা।

25. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি?

উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱাৰ “ভানুমতী”।

26. অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?

উত্তৰ : অৰুণোদয় (১৮৪৬) সম্পাদক – ড° নাথান ব্ৰাউন।

27. সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি?

উত্তৰ : বনফুল (১৯৫২), যতীন্দ্ৰ নাথ দুৱৰা।

28. অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন থকা প্ৰথম পুথিখনৰ নাম কি?

উত্তৰ : চতুৰ্দশ শতিকাত ৰচিত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’।

29. অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ লেখক কোন আছিল?

উত্তৰ : আনন্দৰাম ঢেকিয়াল ফুকন (অসমীয়া ল’ৰাৰ মিত্ৰ’ ১৮৪১)

30. অসমীয়া ভাষাৰ প্ৰথম ‘ছনেট’ ৰচোতা গৰাকী কোন?

উত্তৰ : হেমচন্দ্ৰ গোস্বামী (প্ৰিয়তমাৰ চিঠি)

31. প্ৰথম অসমীয়া কল্প বিজ্ঞান ভিত্তিক উপন্যাসখন কি?

উত্তৰ : ‘অপদাৰ্থ (নৱকান্ত বৰুৱা ৰচিত)

32. প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? সম্পাদিকা কোন আছিল?

উত্তৰ : ১৯২৮ চনত প্ৰকাশিত – ঘৰজেউতি; সম্পাদিকা – কনকলতা চলিহা আৰু কমলালয়া কাকতি।

33. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ পদ্মনাথ গোহাঞি বৰুৱা

34. ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম কি?

উত্তৰঃ মিৰি জীয়ৰী 

35. গুৱাহাটীৰ পৰা প্ৰকাশিত শিক্ষা-বিষয়ক একমাত্ৰ আলোচনীখনৰ নাম কি?

উত্তৰ : কুলেন্দু পাঠক সম্পাদিত ‘জিজ্ঞাস’। 

36. প্ৰথম অসমীয়া স্কুলীয়া আলোচনীখনৰ নাম কি? সেইখন ক’ৰ পৰা প্ৰকাশ পাইছিল?

উত্তৰ : ‘প্ৰভাত’ (১৯১৫ চনত)। যোৰহাট নৰ্মাল স্কুলৰ পৰা।

37. অসম সাহিত্য সভাৰ মিলেনিয়াৰ (২০০০ চন) প্ৰথমখন অধিবেশন ক’ত অনুষ্ঠিত হয়? অধিবেশনৰ সভাপতি কোন আছিল?

উত্তৰ : ডিব্ৰুগড়ত; হোমেন বৰগোহাঞি।

38. বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ প্ৰথম ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ নাম কি?

উত্তৰ : কলহনৰ ৰাজ তৰংগিনী।

39. ভাৰতৰ কোন গৰাকী মহিলাই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল?

উত্তৰ : আশাপূৰ্ণা দেবী (প্ৰথম প্ৰতিশ্ৰুতি ; ১৯৭৬ চন)

40. মহাত্মা গান্ধী অসমলৈ পোন প্ৰথমবাৰৰ বাবে কিমান চনত আহিছিল?

উত্তৰঃ ১৯২১ চনত

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

* Assam TET GK on Assamese Literature & Language 

* GK on Space & Space Agencies in Assamese 

* India GK Quiz in English for UPSC 

Hello if you like the article on GK Quiz on First in Assam First Assamese as well as the Assam TET GK Questions and Answers for Competitive Exams, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask. 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.