Indian Polity Quiz for APSC Prelims in Assamese-Important Questions on Indian Polity for Assam TET Exam

50 Indian Polity Questions & Answers for APSC : Indian Polity GK Questions & Answers in Assamese for Assam TET 2021

Indian Polity Quiz for APSC Prelims in Assamese-Important Questions on Indian Polity for Assam TET Exam
Indian Polity Quiz for APSC 

Hello, aspirants are you preparing for APSC/Assam TET or any other Assam Govt Exams 2021? If yes, then you must be aware of the most important Indian Polity Quiz for APSC Prelims 2021 for the upcoming exam preparation. Therefore every aspirants need to know the important questions on Indian Polity for APSC & Assam TET and other govt exams. In this regard "Assam GK Gyan" decides to provide you the most important 50 Indian Polity Quiz for APSC in Assamese & Indian Polity Test Series in different sets for the upcoming APSC and Assam TET exam. Infact the Indian Polity GK questions and answers will be a key topic in the Indian Polity section for the upcoming exams. So the Indian Polity Quiz for Assam Govt exams will be a pedestrian to crack your exam.

Indian Polity Quiz for APSC Prelims 

In this article we have provided you Indian Polity Quiz for APSC Prelims in assamese. So, read all these important Indian Polity Quiz for the upcoming APSC Prelims & Mains exam as well as other govt exams. These Indian Polity Questions and Answers are extremely important and should be a part of your preparation.

GK Questions & Answers on Indian Polity 

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the all the Indian Polity GK questions & Answers. Specially the toppers of APSC recommend that aspirant start their preparation with the most important topics of syllabus such as Indian Polity for the upcoming exams.

GK Quiz on Indian Polity in Assamese

Indian Polity Quiz for APSC Prelims in Assamese-Important Questions on Indian Polity for Assam TET Exam

Indian Polity Quiz for Assam TET Exam

Here are total 50 GK Quiz on Indian Polity for APSC Prelims 2021. Read all these important Indian Polity Quiz for Assam TET exam in order to answer the questions :

1. ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডল খনৰ নাম কি?
উত্তৰঃ-সংসদ (parliament)

2. সংসদৰ কোনখন সদনত বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰি?
উত্তৰঃ-লোকসভাত

3. ৰাজ্যসভাত সর্বোচ্চ সদস্য থকা ৰাজ্যখনৰ নাম কি?
উত্তৰঃ-উত্তৰ প্ৰদেশ।

4. লোকসভাৰ থূল মুঠ (Quorum) সদস্যৰ কিমান অংশৰ দ্বাৰা গঠন হয়?
উত্তৰঃ-সভাৰ এক-দশমাংশ সদস্য

5. ভাৰতত বিধানমণ্ডলৰ সদস্য নহ'লেও কোনো ব্যক্তি মন্ত্ৰী হ'ব পাৰেনে?
উত্তৰঃ-পাৰি

6. ৰাজ্যসভাত অসমৰ পৰা কিমানজন সদস্য থাকে?
উত্তৰঃ-৭ সদস্য

7. লোকসভাত অসমৰ পৰা কিমানজন সদস্য থাকে?
উত্তৰঃ-১৪ সদস্য

8. সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে?
উত্তৰঃ-লোকসভাৰ অধ্যক্ষ

9. কোনে লোকসভা ভংগ কৰিব পাৰে?
উত্তৰঃ- প্ৰধানমন্ত্ৰী

10. ভাৰতীয় সংসদৰ উচ্চ সদনৰ নাম কি?
উত্তৰ-ৰাজ্যসভা

11. ভাৰতৰ কেন্দ্রীয় বিধানমণ্ডলৰ কোনখন সদন বেছি ক্ষমতাশালী?
উত্তৰঃ-নিম্ন সদন বা লোকসভা

12. ৰাজ্যসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?
উত্তৰঃ-ৰাজ্য বিধানসভাসমূহৰ নিৰ্বাচিত সদস্যসকলে।

13. ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান?
উত্তৰঃ-6 বছৰ 

14. লোকসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?
উত্তৰঃ-সৰ্বসাধাৰণ ভোটাৰ সকলে।

15. বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা কিমান?
উত্তৰঃ-545 জন

16. লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান?
উত্তৰঃ-৫ বছৰ

17. ৰাজ্যসভাৰ পদেন (ex-officio) সভাপতি কোন?
উত্তৰঃ-উপৰাষ্ট্ৰপতি

18. ৰাজ্যসভাৰ সদস্য হোৱাৰ নিম্নতম বয়স কিমান?
উত্তৰঃ-অন্ততঃ ৩০ বছৰ

19. সংসদে কাৰ্যপালিকাক নিয়ন্ত্রণ কৰাৰ এটা উপায় লিখা।
উত্তৰঃ-অনাস্থা প্রস্তাৱ

20. অসমত দ্বিসদন যুক্ত বিধানমণ্ডল আছেনে?
উত্তৰঃ-নাই

21. সংসদৰ এখন কমিটিৰ নাম লিখা।
উত্তৰঃ-চৰকাৰী হিচাব পৰীক্ষা কমিটি।

22. ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান?
উত্তৰঃ- 250 জন

23. ভাৰতীয় সংসদৰ সদন কেইখন?
উত্তৰঃ-দুখন

25. ভাৰতীয় সংসদ সদন দুখনৰ নাম লিখা।
উত্তৰঃ-লোকসভা আৰু ৰাজ্যসভা

26. ভাৰতীয় সংসদৰ উচ্চ সদনৰ নাম কি?
উত্তৰঃ-ৰাজ্যসভা

27. উচ্চ সদন থকা এখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ- বিহাৰ

28. সংসদে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰাৰ এটা উপায় লিখা।
উত্তৰঃ- অনাস্থা প্ৰস্তাৱ

29. সংসদৰ যুটীয়া অধিবেশন কোনে আহ্বান কৰিব পাৰে?
উত্তৰঃ- ৰাষ্ট্ৰপতিয়ে

30. লোকসভাৰ দুখন অধিবেশনৰ মাজত কিমান দিনৰ বেছি ব্যৱধান থাকিব নোৱাৰে?
উত্তৰঃ-৬ মাহ।

31. লোকসভাত কোনে কোনে বাজেট দাখিল কৰে?
উত্তৰঃ-বিত্তমন্ত্ৰীয়ে

32. ৰাজ্যসভাই বিত্তীয় বিল এখন পোৱাৰ কিমান দিনৰ ভিতৰত লোকসভালৈ ঘূৰাই দিব লাগে?
উত্তৰঃ-১৪ দিনৰ ভিতৰত।

33. এখন বিধেয়ক (bill) বিত্ত বিষয়ক হয় নে নহয় কোনে নিৰ্ণয় কৰে?
উত্তৰঃ-লোকসভাৰ অধ্যক্ষ

34. লোকসভাত নিৰ্ণায়ক ভোট কোনে দিব পাৰে।
উত্তৰঃ-লোকসভাৰ অধ্যক্ষ

35. ভাৰতৰ ৰাষ্ট্ৰৰ মূৰব্বী কোন?
উত্তৰঃ-ৰাষ্ট্ৰপতি

36. ভাৰতৰ চৰকাৰৰ মূৰব্বী কোন?
উত্তৰঃ-প্ৰধানমন্ত্ৰী

37. সংসদৰ এখন সদনত বিধেয়ক (bill) খন গৃহীত হোৱাৰ পাছত আনক সদনে সিদ্ধান্ত গ্ৰহণ নকৰাকৈ কিমান দিন ৰাখি থ'ব পাৰে?
উত্তৰঃ-ছমাহ

38. ভাৰতৰ সংসদ হ'ল-
(ক) এক সদনীয় (খ) দ্বি-সদনীয়
(গ) তিনি-সদনীয় (ঘ) চাৰি সদনীয়
উত্তৰঃ-দ্বি-সদনীয়

39. ভাৰতীয় সংসদৰ নিম্ন সদনক কোৱা হয়-
(ক) ৰাজ্যসভা (খ) লোকসভা
(গ) বিধান সভা (ঘ) বিধান পৰিষদ
উত্তৰঃ-লোকসভা

40. ৰাজ্যসভাৰ কাৰ্যকাল হ'ল-
(ক) ৫ বছৰ (খ) ৪ বছৰ
(গ) ৬ বছৰ (ঘ) ৩ বছৰ
উত্তৰঃ-৬ বছৰ

41. লোকসভাৰ সৰ্বাধিক নিৰ্বাচিত সদস্য হ'ল-
(ক) ৫৫০ জন (খ) ৫৩৪ জন
(গ) ৫৫২ জন (ঘ) ৫৪৫ জন
উত্তৰঃ-৫৪৫ জন

42. ৰাজ্যসভাৰ সৰ্বাধিক নিৰ্বাচিত সদস্য হ'ল-
(ক) ২৪৪ জন (খ) ২৫০ জন
(গ) ২৩৮ জন (ঘ) ২৬০ জন
উত্তৰঃ-২৩৮ জন

43. এখন বিধেয়ক সংসদত গৃহীত হোৱাৰ পিছত পঠোৱা হয়-
(ক) অধ্যক্ষলৈ (খ) উচ্চতম ন্যায়ালয়লৈ
(গ) প্ৰধানমন্ত্ৰীলৈ (ঘ) ৰাষ্ট্ৰপতিলৈ
উত্তৰঃ-ৰাষ্ট্ৰপতিলৈ

44. লোকসভাৰ অধ্যক্ষৰ দুটা মূল ভূমিকা উল্লেখ কৰা।
উত্তৰঃ-(ক) অৰ্থবিল চিনাক্তকৰা আৰু (খ) লোকসভাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা।

45. লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে? কোন সম্প্ৰদায়ৰ লোকৰ মাজৰ পৰা এই সদস্য মনোনীত কৰা হয়?
উত্তৰঃ-ৰাষ্ট্ৰপতিয়ে দুজন ইঙ্গ-ভাৰতীয় (Aglo-Indian) সদস্যক মনোনীত কৰিব পাৰে।

46. ৰাজ্যসভাৰ সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা উল্লেখ কৰা।
উত্তৰঃ-(ক) প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু (খ) তেওঁৰ বয়স অন্ততঃ ৩০ বছৰ হ'ব লাগিব।

47. ৰাজ্যসভাৰ সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা উল্লেখ কৰা।
উত্তৰঃ-(ক) প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু (খ) তেওঁৰ বয়স অন্ততঃ ২৫ বছৰ হ'ব লাগিব।

48. কি দুটা পৰিস্থিতিত সংসদে ৰাজ্যিক বিষয়ত আইন প্ৰণয়ন কৰিব পাৰে?
উত্তৰঃ- (ক) ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিলে আৰু (খ) ৰাজ্যসভাই প্ৰস্তাৱ গ্ৰহণ কৰিলে ৰাজ্যিকসূচীৰ অন্তর্ভুক্ত বিষয়ৰ ওপৰত সংসদে আইন প্ৰণয়ন কৰিব পাৰে।

49. দ্বি-সদন বিধানমণ্ডল থকা ৰাজ্যবোৰৰ নাম লিখা।
উত্তৰঃ-বিহাৰ, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগনা।

50. কেৱল লোকসভাই প্ৰয়োগ কৰা ক্ষমতা উল্লেখ কৰা।
উত্তৰঃ-(i) অৰ্থবিল অকল লোকসভাতহে উত্থাপন কৰিব পাৰি। ৰাজ্যসভাত এই বিল প্ৰথমে দাঙি ধৰিব নোৱাৰি।
(ii) কোনো বিল অর্থবিল হয় নে নহয় সেইটো স্থিৰ কৰিব লোকসভাৰ অধ্যক্ষই। 

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

Assam TET GK on Assamese Literature & Language

Assam History GK on Ahom Kingdom 

Assam Geography MCQ 

Hello if you like the article on Indian Polity Quiz for APSC Prelims in Assamese Language as well as the Indian Polity Quiz for Assam TET Exam, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.  

Tags

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

(Please do not enter any spam link)