India GK Questions and Answers in Assamese Language for Assam TET | Indian History GK Quiz

India GK - Important GK of India for Assam TET, APSC, PNRD, DHS, APDCL, Assam Police : India GK MCQ Set 1

Hello, aspirants are you preparing for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams 2022? If yes, then you must be aware of the most important India GK Quiz in Assamese Language for Competitive Exam preparation. Therefore every aspirants need to know the important Questions and Answers on GK of India for APSC, Assam TET, Assam Grade III and Grade IV Exam or any other Assam Govt Exams. In this regard "Assam GK Gyan" decides to provide you the most important India GK Questions and Answers in Assamese Language for Assam TET Exam 2022. Infact the Indian history GK Quiz Questions and answers will be a key topic in the India GK section for the upcoming Assam Govt Exams. So the Indian history GK Quiz in Assamese Language for APSC/Assam TET 2022 will be a pedestrian to crack your exam.

India GK Questions and Answers in Assamese Language for Assam TET | Indian History GK Quiz

GK Quiz on Indian History

India GK on Indian History for TET Exam

In this article we have provided you most important India GK on Indian History for the upcoming Assam TET exam. So, read all these important India GK on Indian History also for other Assam govt exams. These India GK Questions and Answers in Assamese Language for Assam TET are extremely important and should be a part of your preparation.

Important India GK MCQ for APSC

In order to succeed in the prestigious APSC, Assam Direct Recruitment Grade III and Grade IV Exam 2022, it is important that the aspirant has access to the all the India GK questions & Answers on Indian History. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as Indian History for the upcoming exams.

Indian History GK in Assamese Language 

In this sets of Indian History GK Quiz for Assam Grade III and Grade IV Exam there are two very important GK on Indian history in Assamese language. They are : 

1. মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।

১৫) প্রশ্ন : ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।

• Must Read : Biography of Draupadi Murmu in Assamese

India GK Questions and Answers in Assamese Language for Assam TET | Indian History GK Quiz

Here are a total of 80 India GK Questions and Answers in Assamese Language for Assam TET exam. Read all these important Indian History GK Quiz for Assam Grade III and Grade IV Exams 2022 in order to answer the questions :

১) প্ৰশ্ন : কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্তু বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল?

উত্তৰ : ১৯০৫ চনৰ বংগ বিভাজন।

২) প্ৰশ্ন : ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূ-খণ্ডৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : ৱাৰেণ হেষ্টিংছ।

৩) প্ৰশ্ন : ৰবাৰ্ট ক্লাইভ কেতিয়া বংগৰ গৱৰ্ণৰ হৈছিল?

উত্তৰ : ১৭৬৪ খ্ৰীষ্টাব্দত।

৪) প্ৰশ্ন : টিপু চুলতান কোন আছিল

উত্তৰ : তেওঁ মহিশূৰৰ চুলতান আছিল।

৫) প্ৰশ্ন : ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?

উত্তৰ : জে বি কৃপালিনী।

৬) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচপে আনুষ্ঠানিক্ভাৱে ঘোষণা কৰিছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৭) প্ৰশ্ন : অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৮) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰ : নানা চাহেব।

৯) প্ৰশ্ন : কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল?

উত্তৰ : উমেশ চন্দ্ৰ বেনাৰ্জী।

১০) প্ৰশ্ন : বৃটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল?

উত্তৰ : ১৮৭৭ খ্ৰীষ্টাব্দত।

১১) প্ৰশ্ন : ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰদান কৰিছিল।ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

উত্তৰ : লৰ্ড কেনিং।

১২) প্ৰশ্ন : উত্তৰ-পশ্চিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে ১৯০৫ চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল?

উত্তৰ : লৰ্ড কাৰ্জন।

১৩) প্ৰশ্ন : ‘সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী’ হিচাপে কাক জনা যায়?

উত্তৰ : লৰ্ড চাৰ্লছ মেটকাফে।

১৪) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৮৮৫ খ্ৰীষ্টাব্দত বোম্বাইত।

১৫) প্ৰশ্ন : মুছলিম লীগ কেতিয়া গঠন হৈছিল?

উত্তৰ : ১৯০৬ চনত।

১৬) প্ৰশ্ন : কলিকতাত ( বৰ্তমানৰ ক’লকাতাত) ভাৰতীয় এচ’ছিয়েচন কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : সুৰেন্দ্ৰ নাথ বেনৰ্জী।

১৭) প্ৰশ্ন : বৃটিছ ৰাজত্বত কোনখন চহৰ ভাৰতৰ গ্ৰীস্মকালীন ৰাজধানী আছিল?

উত্তৰ : ছিমলা।

১৮) প্ৰশ্ন : কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল?

উত্তৰ : ১৯১১ চনত।

১৯) প্ৰশ্ন : কোন চনত বৃটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯১৯ চনত।

২০) প্ৰশ্ন : জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল?

উত্তৰ : ১৯১৯ চনৰ ১৩ এপ্ৰিলত; জেনেৰেল ডায়াৰ ইয়াৰ বাবে দায়ী আছিল।

২১) প্ৰশ্ন :  কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতা দাবী উত্থাপন কৰে?

উত্তৰ : লৰ্ড আৰউইন।

২২) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯১৭ চনত।

২৩) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯২০ চনত।

২৪) প্ৰশ্ন : ভাৰতবৰ্ষত হোমৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল?

উত্তৰ : ড° এনি বেছান্ত।

২৫) প্ৰশ্ন : গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : ১৯২৩ চনত।

২৬) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বসন্মতভাৱে পূৰ্ণ স্বাধীনতা দাবী কেতিয়া উত্থাপন কৰিছিল?

উত্তৰ : ১৯২৯ চনৰ লাহোৰ অধিৱেশনত।

২৭) প্ৰশ্ন : ১৯৩০ চনৰ ৬ এপ্ৰিলত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল?

উত্তৰ : মহাত্মা গান্ধীৰ দাণ্ডি পদযাত্ৰা।

২৮) প্ৰশ্ন : গান্ধীজীয়ে ক’ৰ পৰা ঐতিহাসিক দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল?

উত্তৰ : আহমেদাবাদৰ সবৰমতী আশ্ৰম।

২৯) প্ৰশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনৰ বাবে গান্ধীজীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল?

উত্তৰ : ১৯২৪ চনৰ বেলগাম অধিৱেশনৰ বাবে।

৩০) প্ৰশ্ন : মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন (১৯২০-২২) কিয় প্ৰত্যাহাৰ কৰিছিল?

উত্তৰ : চৌৰি-চৌৰাত সংঘটিত হিংসাৰ কাৰণে।

৩১) প্ৰশ্ন : বিখ্যাত গান্ধী-আৰউইন চুক্তি কেতি্য়া স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৯৩১ চনত।

৩২) প্ৰশ্ন : ১৯৪৬ চনৰ ১৯ মাৰ্চত কেবিনেট আয়োগক ভাৰতলৈ কিয় প্ৰেৰণ কৰা হৈছিল?

উত্তৰ : ক্ষমতাৰ হস্তান্তৰকৰণৰ বাবে সাংবিধানিক ব্যৱস্থা গ্ৰহণাৰ্থে।

৩৩) প্ৰশ্ন : গান্ধী যুগৰ প্ৰাৰম্ভিক কালছোৱাত সৰোজিনী নাইডুৱে ‘হিন্দু-মুছলমান একতাৰ ৰাষ্ট্ৰদূত’ বুলি অভিহিত কৰা ব্যক্তিজনৰ নাম কি?

উত্তৰ : মহম্মদ আলি জিন্না।

৩৪) প্ৰশ্ন : ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কেতিয়া আৰু ক’ৰ পৰা আৰম্ভ কৰিছিল?

উত্তৰ : ১৯৪২ চনৰ ৮ আগষ্টত, বোম্বাইৰ পৰা।

৩৫) প্ৰশ্ন : ভাৰতলৈ কেবিনেট মিছ্ন কেতিয়া আৰু কাৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল?

উত্তৰ : ১৯৪৬ ৰ মাৰ্চ মাহত আৰু ইয়াৰ নেতৃত্ব লৈছিল লৰ্ড পেথিক লৰেন্সে।

৩৬) প্ৰশ্ন : ১৯৪৭ চনত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক দেশলৈ বিভাজন কৰা সম্পৰ্কে কোনে ঘোষণা কৰিছিল?

উত্তৰ : ভাইচৰয় লৰ্ড মাউন্টবেটেনে।

৩৭) প্ৰশ্ন : বৃটিছ সংসদে স্বাধীনতা আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ১৯৪৯ চনৰ জুলাইত।

৩৮) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি?

উত্তৰ : চি ৰাজাগোপালাচাৰী।

৩৯) প্ৰশ্ন : ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ১৬০০ খ্ৰীষ্টাব্দত।

৪০) প্ৰশ্ন : ভাৰতবৰ্ষত ‘স্বত্ব বিলোপ নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল।

উত্তৰ : লৰ্ড ডেলহাউচি।

India GK Questions and Answers for Assam TET - Set 2

India GK Q&A in English Set 1

Download General Knowledge E-book for Competitive Exam - Click Here

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You.

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Top Most Searches :

World Geography : Continents and Oceans of the World

• Names of Ahom Kings and their Ruling Period

• GK on Space and Space Agencies in Assamese

Well if you like the India GK Questions and Answers in Assamese Language for Assam TET | Indian History GK Quiz do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.