Assam GK Questions and Answers in Assamese Language

Important Assam GK for Assam TET, APSC, PNRD, DHS, APDCL, Assam Police : Assam GK MCQ Set 9

Hello, aspirants are you preparing for Assam TET, APSC or any other Assam Govt Exams? If yes, then you must be aware of the most important Assam GK for upcoming competitive exams in Assamese Language. Therefore every aspirants need to know the important Assam GK for Assam TET, APSC, PNRD, DHS, APDCL, Assam Police exams. In this regard "Assam GK Gyan" decides to provide you the most important Assam GK in different sets for the upcoming all Assam Govt competitive exams. Infact the Assam GK questions and answers will be a key topic in the Assam GK section for the upcoming exams. So the GK of Assam for Assam TET will be a pedestrian to crack your exam. 

Assam GK Questions and Answers in Assamese Language

Assam GK for TET in Assamese Language

Assam GK Quiz Questions and Answers

In this article we have provided you Assam GK Quiz Questions and Answers. So, read all these important Assam GK Quiz for the upcoming APSC Prelims as well as other Assam govt exams. These Assam GK in Assamese Language questions and answers are extremely important and should be a part of your preparation.

Assam History GK for Competitive Exams

In order to succeed in the prestigious competitive examination, it is important that the aspirant has access to the all the Assam History GK questions & Answers. Specially the toppers recommend that aspirants start their preparation with the most important topics of syllabus such as Assam History for the upcoming exams.

Assam GK Quiz : Assam History GK Quiz

In this sets of Assam GK there are two very important GK Quiz on Assam history. They are :

1. হুদুম উৎসৱ কোন জিলাত পালন কৰা হয় ? 

উত্তৰ-গোৱালপাৰা 

2. দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাস ? 

উত্তৰ- জীৱনৰ বাটত আৰু সেউজীয়া পাতৰ দৰে 

Important Assam GK for TET Exam in Assamese Language

Here are a total of 40 Assam GK for TET exam in assamese language. Read all these important Assam GK questions and answers for upcoming exams in order to answer the questions : 

১. হাচং কোন জনগোষ্ঠীৰ উৎসৱ ?
উত্তৰ : ৰাভা

২. মায়ামৰা সত্ৰ কোনে বনাইছিল?
উত্তৰ : শংকৰদেৱ

৩. পৰিৱেশ সংৰক্ষণ আইন কেতিয়া কৰা হয়?
উত্তৰ : ১৯৮৬ চনত

৪. যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি কোন আছিল?
উত্তৰ : জগন্নাথ বৰুৱা

৫. ভূপেন হাজৰিকা সেঁতু কোন নদীৰ ওপৰত?
উত্তৰ : লোহিত নদী

৬. পুংগাল কোন ৰাজ্যৰ উৎসৱ?
উত্তৰ : তামিলনাডু

৭. কনকলতা বৰুৱা কোন আন্দোলনত মৃত্যুবৰণ কৰিছিল?
উত্তৰ : ভাৰত ত্যাগ আন্দোলনত

৮. পানীদিহিং অভয়াৰণ্য কোনখন জিলাত?
উত্তৰ : শিৱসাগৰ

৯. অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন?
উত্তৰ : ওৰাং ৰাষ্ট্ৰীয় উদ্যান

১০. দ্বিতীয় ঘুৰণীয়া মেজমেলত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল?
উত্তৰ : চন্দ্ৰধৰ বৰুৱা

১১. ১৯৫৬ চনত ৰাজ্যসমূহৰ পুনৰ গঠন কিহৰ ভিত্তিত হৈছিল?
উত্তৰ : ভাষা ভিত্তিত

১২. ভাৰত আৰু কোন দেশৰ সীমাক "মেকমোহন ৰেখা" বুলি কোৱা হয়?
উত্তৰ : চীন

১৩. খালচা পন্থা কোনে আনিছিল?
উত্তৰ : গুৰু গোবিন্দ সিং

১৪. অসম সংৰক্ষণিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী

১৫. শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল?
উত্তৰ : উদয়াদিত্য সিংহ

১৬. অসমৰ মহিলা বিশ্ববিদ্যালয় ক'ত আছে ?
উত্তৰ : যোৰহাট

১৭. লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা সংগঠনটোৰ নাম কি?
উত্তৰ : অসম সাহিত্য সভা। 

• ১৯৩১ চনৰ ২৯ ডিচেম্বৰ তাৰিখে, সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ দ্বাৰা

১৮. লতাকটা ৰণ কাৰ দিনত হৈছিল?
উত্তৰ : ৰাজেশ্বৰ সিংহ

১৯. হীৰাকুট নদী বান্ধ কোন নদীৰ ওপৰত?
উত্তৰ : মহানদী

২০. "কলিভাৰত" কোনে লিখিছিল?
উত্তৰ : দুতিৰাম হাজৰিকা

২১. স্মগ কি ?
উত্তৰ : ধোঁৱা আৰু কুৱলীৰ মিশ্ৰণ।

২২. সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য খন কি?
উত্তৰ : চক্ৰশীলা অভয়াৰণ্য

২৩. ECOSYSTEM শব্দটো কি ভাষাৰ পৰা আহিছে?
উত্তৰ : গ্ৰীক ভাষাৰ পৰা

২৪. "ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ" কাৰ ৰচনা ?
উত্তৰ : শ্ৰীমতী কাট্টাৰ

২৫. হোলোঙাপাৰ গিবন অভয়াৰণ্য ক'ত অৱস্থিত?
উত্তৰ : যোৰহাট

২৬. খেৰাই পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ : বড়ো

২৭. ভাৰতত "শিক্ষাৰ অধিকাৰ আইন" কেতিয়া গৃহীত হৈছিল?
উত্তৰ : ১ এপ্ৰিল ২০০৯ চনত

২৮. বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : ২২ মাৰ্চ

২৯. বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ : ১৬ নৱেম্বৰ ১৯৫২

৩০. যাদৱ পায়েঙে একক ভাবে নিৰ্মাণ কৰা অৰণ্য খনৰ নাম কি?
উত্তৰ : মোলাই

৩১. ভাৰতে শব্দ প্ৰদূষণ অধিনিয়ম কেতিয়া গ্ৰহণ কৰিছিল?
উত্তৰ : 2000 চনত 

৩২. কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : বিশ্ব সিংহ

৩৩. ‘My Experiments with Truth’ ৰ লেখক কোন?
উত্তৰ : মহাত্মা গান্ধী

৩৪. কাজিৰঙা হস্তী মহোৎসৱ প্ৰথম কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ : ২০০৩ চনত

৩৫. পৰিস্থিতিক পিৰামিড ধাৰণা কোনে আগবঢ়াইছিল?
উত্তৰ : চাৰ্লচ এলটন

৩৬. অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ কি?
উত্তৰ : চনবিল, কৰিমগঞ্জ

৩৭. কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোন প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?
উত্তৰ : গুপ্ত বংশত

৩৮. ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাত অৰ্থাৎ ‘শত্ৰুনিধক’ হিচাপে জনা যায়?
উত্তৰ : বিন্দুসাৰ

৩৯. হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?
উত্তৰ : ৰঘুদেৱ নাৰায়ণ

৪০. গুপ্ত বংশৰ শাসন কালত কোন ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল ?
উত্তৰ : হিন্দু ধৰ্ম

Assam GK MCQ for DHS Exam Set 8

Assam GK MCQ Questions and Answers set 10

Assam GK MCQ Questions and Answers set 11

Well here we have provided you Important Assam GK for Assam TET, APSC, PNRD, DHS, APDCL, Assam Police. This article will be updated soon and we are going to add more related Assam GK to help our viewers to know more for the preparation of upcoming much awaited Assam govt exams. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

Renowned Writers of Assamese Literature and Culture 

Names of Ahom Kings and their Ruling Period 

First in Assamese First Assamese

Cultural History of Ahom Kingdom

Hello if you like the article on Assam GK Questions and Answers in Assamese Language, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.