Assam Police SI Answer Key 2022 - Assam Police SI Solved Question Paper 2022

Assam Police SI Answer Key 2022 : Assam Police Solved Question Paper 2022

অসম আৰক্ষী উপ-পৰিদৰ্শক পৰীক্ষাত অহা প্ৰশ্ন

Hello, aspirants are you preparing for Assam Police SI exam or any other Assam Govt Exams? If yes, then you must be aware of the most important GK Questions and Answers for the Assam Police SI exam preparation. Therefore every future aspirants need to know the latest Assam Police Sub Inspector Solved Question Paper 2022 held on Sunday, 24th April, 2022. In this regard "AssamGKGyan" decides to provide you the most important Assam Police SI Answer Key 2022 as well as this Assam Police SI Solved Question Paper is also important for APSC/PNRD/JAA/Irrigation/DHS exams. Infact the General Knowledge Questions and answers for Assam Police Exam will be a key topic in the GK & current affairs section for the upcoming exams. So the Assam Police SI Solved Question Paper 2022 will be a pedestrian to crack your exam.

Assam Police SI Answer Key 2022 - Assam Police SI Solved Question Paper 2022

GK Questions for Assam Police SI Exam 2022

Assam Govt Jobs 2022 : Assam Job Recruitment 2022

In order to succeed in the Assam Govt Jobs examination, it is important that the aspirant has access to the latest Assam Govt Jobs 2022 notifications and updated syllabus for the govt job examination.

Here, we are going to provide you the latest Assam Govt Jobs 2022 notifications, syllabus specially Assam Grade III & Grade IV Exam Syllabus, online apply links and all the necessary detail of assam govt job 2022.

Assam Police SI Exam Solved Answer key 2022

In this article we have given you the solved question papers of Assam Police SI exam solved answer key 2022. So check the solved answer key of Assam Police SI exam 2022 to grab the Assam Police job. To give you the best we have provided you here the complete list of solved answer key of Assam Police SI exam 2022.

• Must Read : Names of the Districts of Assam, their Headquarters and Sub-Divisions

Assam Police SI Answer Key 2022 - Assam Police SI Solved Question Paper 2022

Well here are the important Assam Police SI Answer Key 2022. Therefore read these most important Assam Police SI Solved Question Paper 2022 to prepare for future Assam Police Exam :

অসম আৰক্ষী উপ-পৰিদৰ্শক পৰীক্ষাত অহা প্ৰশ্ন

1. নামঘোষাত কিমানটা ঘোষা আছে ?
উত্তৰ : ১০০০ টা

2. অসমৰ প্ৰথম খন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত ?
উত্তৰ : ডিব্ৰুগড়

3. স্বাধীন অসমৰ প্ৰথম ৰাজ‍্যপাল কোন আছিল ?
উত্তৰ : আকবৰ হাইদৰী

4. মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ?
উত্তৰ : চন্দ্ৰ গুপ্ত মৌৰ্য

5. "প্ৰহ্লাদ চৰিত" কাৰ ৰচনা ?
উত্তৰ : হেম সৰস্বতী

6. কামৰূপত ৰাজত্ব কৰা শেষ বংশটোৰ নাম কি আছিল ?
উত্তৰ : পাল বংশ

7. বিশ্ব ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ : ৮ মে

8. অসমৰ মুঠ জিলাৰ সংখ্যা কিমান ?
উত্তৰ : ৩৫

9. স্কটলেণ্ড অফ দা ইষ্ট বুলি কাক কোৱা হয় ?
উত্তৰ : শ্ৱিলং

10. গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কোনে কৰিছিল ?
উত্তৰ : চন্দ্ৰগুপ্ত

11. বৰদলৈ ট্ৰফি কিমান চনৰ পৰা আৰম্ভ হয় ?
উত্তৰ : ১৯৫২ চন

12. মহিলা আয়োগ কিমান চনত গঠন কৰা হয় ?
উত্তৰ : ১৯৯২ চন

13. কাঁহৰ বাচন-বৰ্তন ক'ত নিৰ্মাণ কৰা হয় ?
উত্তৰ : সৰ্থেবাৰী

14. অসম এছ'চিয়েচন কিমান চনত গঠন কৰা হয় ?
উত্তৰ : ১৯০৩ চন

15. মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল ?
উত্তৰ : ১৭৬৯ চন

16. পলাশী যুদ্ধ কিমান চনত হৈছিল ?
উত্তৰ : ১৭৫৭ চন

17. কোচ ৰাজ‍্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল ?
উত্তৰ : বিশ্ব সিংহ

18. যোৰহাট সাৰ্বজনীক সভাৰ প্ৰতিস্থাপক কোন আছিল ?
উত্তৰ : জগন্নাথ বৰুৱা

19. U-19 বিশ্ৱকাপ ক্ৰিকেটৰ ফাইনেলত ভাৰতে কোন দলক হৰুৱাই খিতাপ জয় কৰিছে?
উত্তৰ : ইংলেণ্ড

20. Grammatical Notes on Assamese Language কোনে লিখিছিল ?
উত্তৰ : নাথান ব্ৰাউন

21. বিত্তীয় নীতি কোন বেংকে চোৱা-চিতা কৰে ?
উত্তৰ : RBI

22. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি ?
উত্তৰ : বাঘ

23. সত্য মেৱ জয়তে বাক‍্যশাৰী ক'ৰপৰা লোৱা হৈছে ?
উত্তৰ : মুণ্ডক উপনিষদ

24. ভাৰতৰ লৌহ মানৱ কোন ?
উত্তৰ : চৰ্দাৰ বল্লভভাই পেটেল

25. উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : শিৱসিংহ

26. হস্তী বিদ‍্যাৰ্নৱ কাৰ ৰচনা ?
উত্তৰ : সুকুমাৰ বৰকাইথ

27. উচ্চ ন‍্যায়ালয়ৰ ন‍্যায়াধীশ সকলক কোনে নিযুক্তি দিয়ে?
উত্তৰ : ৰাষ্ট্ৰপতি

28. বাক স্বাধীনতা কোন অনুচ্ছেদৰ অন্তৰ্ভূক্ত?
উত্তৰ : ১৯ (ক)

29. কোনখন পাহাৰ উত্তৰ পূৱৰ নহয় ?
উত্তৰ : সাতপুৰা

30. ব্ৰহ্মপুত্ৰ নদীক চীন দেশত কি নামে জনা যায়?
উত্তৰ : Yarlung Zangbo Jiang 

31. মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ সেনাপতি কোন আছিল?
উত্তৰ : কিয়ামিংগি (আলা মিংগি বৰগোহাঁই) 

32. আজি বুধবাৰ হলে 148 দিনৰ পিছত কি বাৰ হ'ব?
উত্তৰ : বৃহস্পতিবাৰ

33. প্ৰমথেশ বৰুৱাৰ ঘৰ ক'ত ?
উত্তৰ : গোৱালপাৰা জিলাৰ গৌৰীপুৰ

34. Assamese it's Formation and Development গ্ৰন্থখন কোনে লিখিছিল ?
উত্তৰ : ড° বাণীকান্ত কাকতি

35. হত্যাৰ গোচৰৰ ধাৰা কিমান ?
উত্তৰ : ধাৰা 302

36. নাও খেলৰ লগত কি উৎসৱ সম্পৰ্কিত?
উত্তৰ : Onam

37. ব্ৰিটিছ সকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল ?
উত্তৰ : 1832

38. মিবুগালুপ কোন জনগোষ্ঠীয় সাজপাৰ?
উত্তৰ : মিচিং

39. লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ?
উত্তৰ : ১৮৬০ চনৰ পৰা ১৮৯৪ চনলৈ

40. মেৰুদণ্ড প্ৰাণী নহয় ?
উত্তৰ : সাপ

41.দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সৈতে অসমৰ পৰা প্ৰতিনিধি কোন আছিল?
উত্তৰ : লীলাধৰ বৰুৱা

42. ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল?
উত্তৰ : চন্দ্ৰধৰ বৰুৱা

43. তলত উল্লেখ কৰা কোনটো কয়লাৰ ভাগ নহয়?
উত্তৰ : 

44. তলত উল্লেখ কৰা কোনটো মেৰুদণ্ডী প্ৰাণী নহয়?
উত্তৰ : 

45. তলত উল্লেখ কৰা সিন্ধু নদীৰ উপনৈ নহয়?
উত্তৰ : 

46.  হেপাটাইটিছ ৰোগে দেহৰ কোনটো অংশক প্ৰভাৱিত কৰে?
উত্তৰ : যকৃত

47. কোনটো নৃত্যশৈলীত ৰাধা আৰু কৃষ্ণৰ প্ৰেম কাহিনী বিৰাজমান?
উত্তৰ : মণিপুৰী

48. ৰেডক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা?
উত্তৰ : ভাৰত আৰু পাকিস্তান

49. তলত উল্লেখ কৰা কোনখন সন্ত্ৰাস বিৰোধী আইন?
উত্তৰ : 

50. জয় সাগৰ পুখুৰী কোনে খান্দিছিল?
উত্তৰ : ৰুদ্ৰ সিংহ

51. ভাৰতৰ কভিড ভেকচিন নিৰ্মাণ কাৰী সংস্থাটো কি?
উত্তৰ : ভাৰত বায়'টেক

52. লৰ্ড কৰ্ণৱালিছে ভুমি ৰাজহ সংগ্ৰহৰ বাবে কোনটো নীতি উদ্ভাৱন কৰিছিল?
উত্তৰ : Parmanent Settlement

53. গৌতম বুদ্ধৰ পৰিনিৰ্বাণ ক'ত হৈছিল?
উত্তৰ : গয়া

54. মিলন কোনটো সংগঠনৰ মুখপত্ৰ?
উত্তৰ : ছাত্র সন্মিলন

55. তলত উল্লেখ কৰা কোনটো শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ নাছিল?
উত্তৰ : সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ

56. ভাৰতৰ প্ৰথম পূৰ্ণ দৈৰ্ঘৰ সবাক চলচ্চিত্ৰ কোনখন?
উত্তৰ : আলম আৰা

57. চুকাফা অসমলৈ অহাৰ সময়ত মৰাণ ৰজা কোন আছিল?
উত্তৰ : থামিখুমা

58. কোনখন অধিবেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল?
উত্তৰ : ১৯২৯ চনত, লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত

59. ভোট দানৰ অধিকাৰ কোনটো অনুসূচীত উল্লেখ আছে?
উত্তৰ : Article 326

60. দেশৰ বিত্ত বিভাগৰ কাম কাজ সমূহ কোনটো বেংকে চোৱা ছিটা কৰে?
উত্তৰ : Reserve Bank

61. ইয়াৰলুং চাংপু কোনখন নদীক জনা যায়?
উত্তৰ : ব্ৰহ্মপুত্ৰ

62. Randhabar National Park কত অৱস্থিত?
উত্তৰ : Rajasthan

63. 1881-82 উত্তৰ কাছাৰৰ  বিদ্ৰোহ ৰ মূল সেনা কোন আছিল?
উত্তৰ : 

64. ক'ভিড-১৯ ৰোগৰ মূল কাৰক ?
উত্তৰ : ভাইৰাছ

Assam Direct Recruitment 2022 Grade III & Grade IV Exam Syllabus - Click Here

Assam Police Constable Model Question paper Download - Click Here

Download General Knowledge E-book for Competitive Exam - Click Here

• Assam Police GK Question and Answer - Click Here

• DHS Assam Previous Years Question Paper - Click Here

• Must visit : DHS Technical Exam Grade III Answer Key 2022

Related Top Most Searches :

• Assam GK MCQ for Assam Police Exam

• Assam Police AB UB Solved Question Paper 2022

• Best General Knowledge Questions For Assam Police Exam

• Assam GK in Assamese Language

Now AssamGKGyan is on every platform you can connect with us by just clicking the below social media links. Thank You. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

Well this article on Assam Police SI Answer Key 2022 - Assam Police SI Solved Question Paper 2022 is completely based on Memory based GK questions of Assam Police SI exam 2022. So do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask. 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.