National Parks in Assam 2021 for Assam TET 2021 - অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে

How Many National Parks are there in Assam? - National Parks in Assam 2021 with Districts in Assamese

অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে

National Parks in Assam 2021 for Assam TET 2021

National Parks in Assam for APSC

Hello, readers are you preparing for any Assam govt exams in 2021? If yes, then you must be aware of the topic of National Parks in Assam. National Parks in Assam অসমৰ ৰাষ্ট্ৰীয় উদ্যান 2021 is one among the foremost relevant and important part of the Exams like APSC/Assam TET/PNRD/DHS/Irrigation and lots of other  state level Competitive Exams. Therefore "Assam GK Gyan" decides to provide you the complete detail list of the National Parks in Assam 2021 for Assam TET Exams which will be a pedestrian to crack your exams.

In this article we have given you the brief detail about National Parks in Assam 2021 for Assam TET exams in Assamese. So, read this very important topic of National Parks in Assam 2021 with districts to prepare for the upcoming exams. Infact to improve your knowledge we are here with the relevant current affairs topic of how many National Parks & wildlife sanctuaries are there in Assam in 2021.

National Parks in Assam 2021

Well with the inclusion of two new national parks in Assam, now there are total of 7 National Parks in Assam. These are -

1. Kaziranga National Park 

2. Manas National Park

3. Nameri National Park

4. Orang National Park

5. Dibru-Saikhowa National Park

6. Raimona National Park

7. Dehing Patkai National Park

Apart from National Parks Assam has

• 18 Wildlife Sanctuaries.

• 4 Tiger Reserves. They are :
Manas, Nameri, Kaziranga, Orang

• 2 Biosphere Reserves. They are :
Dibru Saikhowa, Manas

• 2 World Heritage Sites. They are :
Kaziranga, Manas

• 5 Elephant Reserves. They are :
Chirang-Ripu, Sonitpur, Dihing Patkai, Kaziranga-Karbi Anglong and Dhansiri-Lungding

অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে

1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) 

   ভাৰতৰ অসম ৰাজ্যৰ গোলাঘাট, কাৰ্বি আংলং আৰু নগাঁও জিলালৈ বিয়পি থকা বৃহৎ এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান খনেই হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । ইয়াৰ মাটিকালি ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ। 

National Parks in Assam 2021 for Assam TET 2021 - অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে

- 1908 চনত এই অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হৈছে।

- 1916 চনত কাজিৰঙা ক Game Sanctuary হিচাপেও ঘোষণা কৰা হয়।

- 1950 চনত বন্যপ্ৰাণী অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়।

- 1974 চনৰ  1 জানুৱাৰীত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে  স্বীকৃতি দিয়ে।

- 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ( World Heritage Site) স্বীকৃতি দিয়ে।

- 2007 চনৰ 3 আগষ্টৰ পৰা কাজিৰঙাক ভাৰতৰ ব্যাঘ্ৰ প্ৰকল্পৰো অন্তৰ্ভুক্ত কৰা হৈছে।

- এই অভয়াৰণ্যৰ বন্যপ্ৰাণীসমূহ হ'ল- এশিঙীয়া গঁড়, হলৌ বান্দৰ, ভালুক, ম'হ, বাঘ আদি।

- 2010 চনৰ 30 এপ্ৰিলত প্ৰকাশিত এক তথ্য অনুসৰি কাজিৰঙাত বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰতে সৰ্বাধিক।

2. মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)

      কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাত বিয়পি থকা মানস ৰাষ্ট্ৰীয় উদ্যান জৈৱ-বৈচিত্ৰ্যৰ হটস্পট হিচাপে পৰিগণিত। মানস ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। 

National Parks in Assam 2021 for Assam TET 2021 - অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে

-1928 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়া হয়।

-1973 চনত লুপ্তপ্ৰায় ঢেঁকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে 'প্ৰজেক্ট টাইগাৰ' অথবা 'ব্যাঘ্ৰ প্ৰকল্প'ৰ  অন্তৰ্ভুক্ত কৰাৰ লগতে হাতীৰ বাবেও জনাজাত।

-1990 চনত মানস অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰা হয়।

-1985 চনত UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰে।

-1989 চনত National Biosphere Reserve ৰূপেও স্বীকৃতি লাভ কৰে।

- ইয়াৰ বন্য প্ৰাণীসমূহ হ'ল- বাঘ, গঁড়, সোণালী বান্দৰ, নল গাহৰি, পহু আদি।

-ইয়াত প্ৰায় 400 প্ৰকাৰৰ বনৰীয়া ধানো পোৱা যায়।

3. ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (Dibru-Saikhowa National Park) 

      ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান খনেই হৈছে ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যান প্ৰায় ৩৪০ বৰ্গ কিলোমিটাৰ জুৰি বিয়পি আছে। ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ প্ৰধান আৱাসভূমি। 

National Parks in Assam 2021 for Assam TET 2021 - অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে

- 1986 চনত ডিব্ৰু- চৈখোৱা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰে ডিব্ৰু- চৈখোৱা অভয়াৰণ্য ৰূপে ঘোষণা কৰে।

-1997 চনৰ জুলাই মাহত এই উদ্যানক Biosphere Reserve ৰূপে ঘোষণা কৰিছিল।

-1999 চনৰ 9 মাৰ্চত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি লাভ কৰিছিল।

-ইয়াত বছৰি গড়ে প্ৰায় 2300-3800 মিলি বৰষুণ হয়।

- বিভিন্ন ধৰণৰ চৰাই, দেওহাহঁৰ লগতে বনৰীয়া ম'হ, বাঘ আৰু ব্যাপক হাৰত বান্দৰ দেখিবলৈ পোৱা যায়।

4. ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park) 

     দৰং, ওদালগুৰি আৰু শোণিতপুৰ জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মুঠ মাটিকালি 79.28 বৰ্গ কিলোমিটাৰ ।

National Parks in Assam 2021 for Assam TET 2021 - অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে

- 1915 চনত ব্ৰিটিছ চৰকাৰে ওৰাং'ক সংৰক্ষিত বনাঞ্চল আৰু মৃগয়া বন হিচাপে ঘোষণা কৰে ।

- 1985  চনৰ 20 চেপ্তেম্বৰ তাৰিখে ওৰাং অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে।

- 1999 চনৰ 13 এপ্ৰিলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃত হয়।

- ওৰাং ৰাষ্ট্ৰীয় উদ্যানক 'মিনি' কাজিৰঙা বুলিও কোৱা হয়।

- ওৰাং ৰাষ্ট্ৰীয় উদ্যানক 'কৃত্ৰিম অৰণ্য' হিচাপেও জনা যায়।

- 2005 চনত কংগ্ৰেছ চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ' ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান ' হিচাপে নামাকৰণ কৰে।

- এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে।

- ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী বোৰ হ'ল- হাতী, বাঘ, বনৰৌ, শিয়াল, লতামাকৰি, মলুৱা বান্দৰ, ইত্যাদি।

- ওৰাং ৰাষ্ট্ৰীয় উদ্যান 122 প্ৰজাতিৰ চৰাইৰ বাসস্থান। সমগ্ৰ বিশ্বৰ 50 শতাংশ উলুমৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়

5. নামেৰি ৰাষ্ট্ৰীয় উদ্যান (Nameri National Park) 

  শোণিতপুৰ জিলাত তেজপুৰৰ পৰা প্ৰায় 35 কি.মি আঁতৰত এই নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ইয়াৰ মুঠ মাটিকালি হৈছে 200 বৰ্গ কিলোমিটাৰ। অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহ ইয়াত দেখিবলৈ পোৱা যায়।

National Parks in Assam 2021 for Assam TET 2021 - অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে

-1978 চনৰ 17 অক্টোবৰত ইয়াক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।

- 1998 চনৰ 15 নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি লাভ কৰিছিল।

- 1999-2000 চনত নামেৰি ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰিছিল আৰু ই হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পিছত অসমৰ দ্বিতীয়টো ব্যাঘ্ৰ প্ৰকল্প।

- এই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি জীয়া- ভৰলী নদী বৈ গৈছে।

- এই উদ্যান হাতীৰ বাবে বিখ্যাত হোৱাৰ লগতে  মাটীয়া ভালুক , পখিলা , ধনেশ পক্ষী আদিও দেখিবলৈ পোৱা যায়।

6. ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (Raimona National Park) 

       কোকৰাঝাৰ জিলাত  অৱস্থিত ৰাইমনা অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি ৪২২(422sqk.m) বৰ্গ কিলোমিটাৰ।

National Parks in Assam 2021 for Assam TET 2021 - অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে

- 2021 চনৰ 5 জুনত অসম চৰকাৰে ৰাইমনাক  ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।

- ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত পোৱা সোণালী বান্দৰক বড়োলেণ্ড অঞ্চলৰ  'শুভংকৰ'  বুলি কোৱা হয়। 

- ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত পোৱা বন্যপ্ৰাণী বোৰ হ'ল - এচিয়ান হাতী, বনৰীয়া ম'হ , নাহৰফুটুকী বাঘ ইত্যাদি।

- ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত 150 বিধ প্ৰজাতিৰ পখিলা , 170 বিধ প্ৰজাতিৰ চৰাই আৰু 380 বিধ  বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, অৰ্কিড আদি পোৱা যায়।

7. দিহিং - পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Dehing Patkai National Park) 

      অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 231.65 বৰ্গ কিলোমিটাৰ। 

National Parks in Assam 2021 for Assam TET 2021 - অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ বিষয়ে

  - ঘন বনাঞ্চলৰ বাবে দিহিং পাটকাইক 'পূবৰ আমাজান'(The Amazon of the East) বুলি আখ্যা দিয়া হয়। 

- 2004 চনত দিহিং পাটকাইক অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হয়।

- 2021 চনৰ  9 জুনত অসম চৰকাৰে এখন অধিসূচনা অনুসৰি দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে।

- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক বৰ্ষাৰণ্য বুলিও কোৱা হয়।

- দিহিং পাটকাই বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ বাবে বিখ্যাত। এই ৰাষ্ট্ৰীয় উদ্যান খনত 101 বিধ ভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়।

- দিহিং পাটকাইত 43 বিধ স্তন্যপায়ী প্ৰাণী, 47 বিধ সৰীসৃপ আৰু 310 বিধ পখিলাৰ প্ৰজাতি পোৱা যায়।

- দিহিং পাটকাইত 293 বিধ চৰাইৰ প্ৰজাতি পোৱা যায়। 

To know more about Dehing Pataki National Park - Click Here 

* National Parks in Assam 2021 in English - Click Here

Well here we have provided you Important topic for Assam TET - National Parks in Assam 2021. This article will be updated soon and we are going to add more points related to National Parks of Assam 2021 for Assam TET Exam to help our viewers to know more for the preparation of upcoming much awaited Assam govt exams. Thank You.

Now Assam GK Gyan is on every platform to give you each & every update. 

• Subscribe our Youtube channel

• Join our Facebook Page

• Join our telegram Channel

* Recent Most Searches :

Renowned Writers of Assamese Literature and Culture 

Names of Ahom Kings and their Ruling Period 

First in Assamese First Assamese

Cultural History of Ahom Kingdom

Hello if you like the article on National Parks in Assam 2021 in Assamese Language, do comment & show your support by sharing it to the other aspirants and if there is any query you are welcome to ask.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.